সৰ্বা-হিমন্ত দুয়োৰে আছে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা:নৱ কুমাৰ শৰণীয়া

By

Published : May 6, 2021, 7:54 AM IST

thumbnail
সমগ্ৰ অসমৰ বাবে এতিয়া চৰ্চিত বিষয় হৈ পৰা মুখ্যমন্ত্ৰীকেন্দ্ৰীক বিতৰ্ক ৷ এই সন্দৰ্ভত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই প্ৰদান কৰিছে নিজৰ বক্তব্য ৷ কোকৰাঝাৰৰ সাংসদ গৰাকীৰ মতে, সৰ্বানন্দ সোণোৱাল আৰু ড৹ হিমন্ত বিশ্ব শৰ্মা-দুয়োগৰাকীৰেই আছে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা ৷ বুধবাৰে পাঠশালাত সংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিএডিত দীৰ্ঘদিন ধৰি শাসনভাৰ চলোৱা বিপিএফ দলৰ ভৱিষ্যত সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে । আনহাতে, গণতন্ত্ৰ ৰক্ষাৰ বাবে বিৰোধীৰ প্ৰয়োজন আছে, যদিও অনাগত দিনত বড়োভূমিত বিপিএফ থাকিবনে নাই তাক লৈ সন্দেহ প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.