thumbnail

By

Published : Dec 6, 2021, 9:35 PM IST

ETV Bharat / Videos

শোকাকুল পৰিবেশৰ মাজতে ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন আছু নেতা ঋষিকেশ বৰুৱাৰ

শোকাকুল লাহোৱাল ! এক পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ'ল আছুৰ লাহোৱাল আঞ্চলিক সমিতিৰ উপ-সভাপতি ঋষিকেশ বৰুৱাৰ(AASU leader killed in road accident) । শোকাকুল পৰিবেশৰ মাজতে পৰম্পৰাৰ ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন। আছু নেতা জনৰ মৃতদেহ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা আছুৰ বৈকুন্ঠ যাত্ৰা নামৰ বাহনখনে শোভাযাত্ৰা কৰি নিজা গৃহলৈ নিয়ে। ইয়াৰ পাছতে আছুৰ কাৰ্যালয়ত বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে(AASU bids adieu to death member) । উল্লেখ্য যে ডিব্ৰুগড় লাহোৱাল জয়পুৰ পথৰ ঘোঁৰামৰাত দেওবাৰে দুখন পালচাৰ বাইকৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত আছু নেতাজনৰ মৃত্যু হয়।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.