thumbnail

By

Published : Jul 4, 2020, 10:45 AM IST

ETV Bharat / Videos

পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি : কংগ্ৰেছৰ প্ৰতিবাদী ৰেলী

সমগ্ৰ দেশ তথা অসমত সঘনাই পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ তীব্ৰ বিৰোধিতা ৷ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত উলিওৱা হয় এক চাইকেল ৰেলী ৷ গহপুৰৰ ছয়দুৱাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়লৈ এই চাইকেল ৰেলীৰ আয়োজন কৰা হয় ৷ শতাধিক কংগ্ৰেছ কৰ্মীয়ে এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.