thumbnail

By

Published : Mar 12, 2021, 11:55 AM IST

ETV Bharat / Videos

শিৱসাগৰৰ শিৱ দ'লত পুত্ৰৰ হৈ প্ৰাৰ্থনা অখিলৰ মাতৃৰ

পবিত্ৰ শিৱৰাত্ৰি উপলক্ষে ঐতিহাসিক শিৱসাগৰৰ শিৱদ'লত উপস্থিত অখিল গগৈৰ মাতৃ ৷ কাৰাৰুদ্ধ পুত্ৰৰ হৈ প্ৰাৰ্থনা কৰাৰ বাবে শিৱদলত উপস্থিত হৈছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ ৷ পুত্ৰৰ ৰাজনৈতিক জীৱনৰ হৈ প্ৰাৰ্থনা প্ৰিয়দা গগৈৰ ৷ সমাগত অসম বিধানসভা নিৰ্বাচনত পুত্ৰক জয়ী কৰোৱাৰ উদ্দেশ্যে সকলো স্তৰৰ ৰাইজৰ পৰা সহায় সহযোগিতাৰ আহ্বান জনালে গগৈৰ মাতৃয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.