thumbnail

বকোত পথ দুৰ্ঘটনা: নিহত বাইক আৰোহী

By

Published : May 4, 2021, 2:05 PM IST

বকোত সোমবাৰে নিশা সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা । ৰৈ থকা ট্ৰাক এখনত খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ফলত থিতাতে নিহত হয় এজন যুৱক। নিহত যুৱকজন শিমলিতোলা বাঘমাৰাৰ ফজৰ আলী বুলি জানিব পৰা গৈছে। বৰ্তমান বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰখা হৈছে নিহত যুৱক জনৰ মৃতদেহটো।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.