thumbnail

By

Published : Mar 30, 2021, 7:26 PM IST

ETV Bharat / Videos

হঠাৎ অসুস্থ অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্য অৱনতি । মঙলবাৰে শিৱসাগৰৰ বাসগৃহৰ পৰা চিকিৎসাৰ বাবে প্ৰিয়দা গগৈক অনা হয় ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ বৰবাৰী কিডনী ক্লিনিকত ডাঃ সঞ্জীৱ কাকতিৰ তত্বাৱধানত কৰা হয় তেওঁৰ চিকিৎসা । বৰ্তমানে তেওঁৰ স্বাস্থ্য কিছু সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.