মৰাপাটৰ খেতি, উচিত মূল্য পাবনে কৃষকে ? - মৰিগাঁও
🎬 Watch Now: Feature Video

মৰিগাঁও, 9 জুলাইঃ মৰাপাটৰ খেতিয়ে মধ্য অসমৰ কৃষকলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ বহু বিঘা মাটিত উৎপাদন হোৱা মৰাপাটৰ বাবে সেউজীয়া হৈ পৰিছে মৰিগাঁও অঞ্চল ৷ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ পৰা এক প্ৰতিবেদন...