thumbnail

দৈয়াং আৰু ধনশিৰিৰ গৰা-খহনীয়া পৰিদৰ্শন কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই

By

Published : Oct 29, 2021, 6:29 PM IST

জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই শুকুৰবাৰে পৰিদৰ্শন কৰে দৈয়াং আৰু ধনশিৰি নদীয়ে সৃষ্টি কৰা গৰা-খহনীয়া অঞ্চল ৷ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে গৰাখহনীয়া পৰিদৰ্শন কালতে মন্ত্ৰী গৰাকীয়ে ৰতনপুৰ গাঁও পঞ্চায়তৰ বছাপথাৰ আৰু হেৰহেৰী গাঁৱত গৰা-খহনীয়া ৰোধ কৰিবৰ বাবে 2 কোটি 99 হাজাৰ টকা আৰু ৫ কোটি ১০ লাখ টকাৰ দুখন আঁচনি ঘোষণা কৰে ৷ তদুপৰি ৰাইজৰ দলৰ বিৰুদ্ধে উত্থাপন হোৱা থাওৰা সমষ্টিত মদ বিতৰণৰ অভিযোগৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.