হোজাইত ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত

By

Published : Nov 5, 2021, 8:39 PM IST

thumbnail
হোজাইত ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ দশম মৃত্যু বাৰ্ষিক স্মৃতি দিৱস আযোজন কৰা হয় । হোজাই জিলা সাহিত্য সভা, জিলা শাখা সাহিত্য সভাৰ সহযোগত আৰু হোজাইৰ অংকুৰ সংঘৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় । শুকুৰবাৰে পুৱা ভাগৰ পৰা বিভিন্ন কাৰ্যসূচীৰ মাজৰে অনুষ্ঠানটি আৰম্ভ কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই । লগতে উপস্থিত থাকে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু কণ্ঠশিল্পী কৃষ্ণমণি নাথ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.