এইবাৰ জলপথৰ যাতায়তৰ ক্ষেত্ৰত কঠোৰ হৈছে মঙলদৈ আৰক্ষী - এইবাৰ জলপথৰ যাতায়তৰ ক্ষেত্ৰত কঠোৰ হৈছে মঙ্গলদৈ আৰক্ষী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 15, 2021, 8:49 PM IST

বৰ্তমান সময়ত যান-জঁটৰ সমস্যা এটা গুৰুত্বপূৰ্ণ বিষয় ৷ যান-বাহন নিয়ন্ত্ৰণৰ বাবে বিভিন্ন নীতি-নিয়ম প্ৰশাসনে বান্ধি দিয়া পৰিলক্ষিত হৈছে ৷ কিন্তু এইবাৰ স্থল পথ নহয় জলপথৰ যাতায়তৰ ক্ষেত্ৰত কঠোৰ হৈছে মঙলদৈ আৰক্ষী । স্থল পথৰ পিছত এইবাৰ জলপথৰ যাতায়তৰ ক্ষেত্ৰত কঠোৰ হৈছে মঙলদৈ আৰক্ষী । মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ নেতৃত্বত চলা অভিযানত জব্দ কৰে 8 খনলৈ যন্ত্ৰ চালিত নাও । মঙলদৈ থানাৰ অন্তৰ্গত ধনচিৰি নদীৰে গাধোৱা পাৰ ঘাটৰ পৰা নগাঁও আৰু মৰিগাঁও জিলালৈ যাতায়ত কৰা যন্ত্ৰ চালিত নাও জব্দ কৰে আৰক্ষীয়ে । সম্পূৰ্ণ ক’ভিড নিয়ম ভংগ কৰি যন্ত্ৰ চালিত নাৱেৰে শ শ লোক আন জিলাৰ পৰা দৰং জিলাত প্ৰৱেশ অব্যাহত ৰাখিছিল । নাৱৰ যাতায়তৰ ফলত দৰং জিলাত ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াই জানিবলৈ দিয়া মতে " ইখন জিলাৰ পৰা সিখন জিলালৈ যতায়ত বন্ধ থকাৰ সময়ত নীতি বৰ্হিভুতভাৱে চলাই আছে নৌকা যাত্ৰা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.