thumbnail

মহালয়া: দাক্ষায়ণীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

By

Published : Oct 5, 2021, 5:29 PM IST

Updated : Oct 6, 2021, 6:42 AM IST

কাইলৈ মহালয়া ৷ কাইলৈ ধৰাৰ বুকুলৈ নামিব দাক্ষায়ণী ৷ সকলো সাজু হৈছে মহিষমৰ্দিনীক আদৰাৰ বাবে ৷ মহালয়াৰ এই বিশেষ দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেৰ দেৱী দুৰ্গাক আমন্ত্ৰণ জনোৱা হয় । তাৰ পাচৰ পৰাই দবা, শংখ আদিৰ ধ্বনিৰে দেৱী বন্দনাৰে মুখৰ হৈ পৰে সমগ্ৰ দেশ তথা ৰাজ্য ৷ হিন্দু ধৰ্ম অনুসৰি, মহালয়াত স্বয়ং দেৱী-দেৱতা পূজাৰ বাবে জাগ্ৰত হয় ।
Last Updated : Oct 6, 2021, 6:42 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.