বছৰটোৰ শেষৰ দিনটোত বিহ দি বুঢ়ীদিহিঙত বহু মাছ নিধন দুস্কৃতিকাৰীৰ

By

Published : Dec 31, 2021, 7:44 PM IST

thumbnail

কেণা লাগিছে বুঢ়ীদিহিঙত ৷ বছৰটোৰ শেষৰ দিনটোতেই বুঢ়ীদিহিং নদীত ওপঙিছে বহু মাছ (dead fish comes afloat in Burhi Dihing river) । ৰাইজৰ সন্দেহ, বৰ্তমান দিহিং নদীৰ পানীৰ কমি আছে ৷ তাৰ সুযোগ গ্ৰহণ কৰিছে দুস্কৃতিকাৰীয়ে ৷ দুস্কৃতিকাৰীয়ে বুঢ়ীদিহিঙত বিহ দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ । যাৰ ফলত মৃত্যু মুখত পৰিছে বুঢ়ীদিহিঙৰ জলচৰ জীৱবোৰ ৷ সেয়ে স্থানীয় ৰাইজে প্ৰশাসনক অতি শীঘ্ৰে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.