ভৰা নৈত মৰণ জাঁপ দুৰ্ভগীয়াৰ - কামৰূপ
🎬 Watch Now: Feature Video
বিধ্বংসী বানে জুৰুলা কৰিছে কমলপুৰবাসীক ৷
বানত সৰ্বস্বান্ত হৈ আত্মহত্যাৰ অপচেষ্টা আঠগাৱৰ এগৰাকী ব্যক্তিৰ ৷
ভৰা পুঠিমাৰী নৈত মৰণ জাঁপ দিলে সোনেশ্বৰ নাথ নামৰ ব্যক্তিগৰাকীয়ে ৷
লোকজনক জীৱন্তে উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷
বলিয়া বানত ইতিমধ্যে লোকজনৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে বিনষ্ট হোৱাৰ লগতে বানে বুৰাই পেলাইছে লোকজনৰ কৃষিভূমি ৷
সেয়ে উপায় অন্তৰ হৈ এই চৰম সিদ্ধান্ত গ্ৰহণ লোকজনৰ ৷