ETV Bharat / state

ৰাশি অনুসৰি কেনে যাব আপোনাৰ দিনটো ? - DAILY HOROSCOPE

প্ৰেম, স্বাস্থ্য বা কেৰিয়াৰৰ দিশত কেনে যাব আজিৰ দিনটো ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Daily horoscope for 6th January 2025
দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2025, 6:05 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ সফল হʼব ৷ কম সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল |

বৃষ ৰাশি : দিনটো শুভ ৷ বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ বিবাহিতসকলৰ বাবে ভাল দিন | নতুন ব্যৱসায় কৰিব পাৰে ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ কোনো কথাত আৱেগিক হৈ পৰিব পাৰে ৷ ধৈৰ্যশীল হৈ থাকিব ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ ব্যস্ততা বৃদ্ধি ৷ সন্ধিয়া সময়খিনি নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত ৷

সিংহ ৰাশি : দিনটো শুভ ৷ সৌন্দৰ্য চৰ্চা কৰক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব পাৰে ৷ ভাগ্য ভাল ৷ ব্যয় বৃদ্ধি ৷

কন্যা ৰাশি : শান্ত বা মধুৰ বাক্যই সকলোকে উৎসাহিত কৰিব । পৰিয়াল উপাসনাত কেতিয়াও বাধা নিদিব ৷ পৰিয়ালৰ সদস্যৰ ভালদৰে যত্ন লওক ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷

তুলা ৰাশি : দিনটো ভাল ৷ ঘৰুৱা পৰিৱেশ ভাল ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ উন্নত ৷

বৃশ্চিক ৰাশি : স্বাস্থ্য ভাল ৷ ঘৰুৱা পৰিৱেশ সুন্দৰ ৷ পৰিয়ালৰ সদস্যৰ সৈতে আনন্দৰে সময় পাৰ কৰিব ৷ বেছি কষ্ট নকৰাকে ফল লাভ কৰিব ৷ আক্ৰমনাত্মক ভাব আঁতৰ কৰক, অন্যথা নভবাকৈ বিপদ পৰিব পাৰে ৷

ধনু ৰাশি : দিনটো শুভ ৷ শুভ সংবাদ লাভ ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব | শান্ত হৈ কর্ম কৰক ৷

মকৰ ৰাশি : বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় কটাব৷ ভ্ৰমণৰ যোগ ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব ৷ প্ৰতিদ্বন্দ্বীসকলৰ লগত জয়ী হ’ব ৷ পৰীক্ষাৰ্থীসকলৰ বাবে ভাল সময় ৷ শৰাৰ ভালে থাকিব ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকক ৷

মীন ৰাশি : দিনটো মধ্যমীয়া ৷ কাৰ্যভাৰ বৃদ্ধি ৷ নিজৰ শক্তি ব্যৱহাৰ কৰি কাম সম্পূৰ্ণ কৰক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.