thumbnail

আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতাৰ সামৰণি

By

Published : Nov 15, 2019, 2:57 PM IST

অসমত প্ৰথমবাৰৰ বাবে বৰ্ণিল কাৰ্যসূচীৰে যোৱা 10 নৱেম্বৰৰ পৰা বিটিচি পৰ্যটন বিভাগে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতাৰ সামৰণি পৰিল ৷ কোকৰাঝাৰৰ দামাদুফুৰ পাহাৰত অনুষ্ঠিত হোৱা এই  প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে ইণ্ডোনেছিয়াই ৷ পুৰুষ শাখাত ইণ্ডোনেছিয়াৰ জাফ্ৰ মেগান্ত আৰু মহিলা শাখাত ইণ্ডোনেছিয়াৰ ৰিকা ৱিঞ্জনটিয়ে প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.