শিলচৰত পঞ্চম বিত্তীয় আয়োগৰ অধীনত পথৰ আধাৰশিলা স্থাপন - mla dilip paul
🎬 Watch Now: Feature Video

বৃহস্পতিবাৰে শিলচৰৰ বিধায়ক দিলীপ পালে 23 লক্ষাধিক টকাৰে নিৰ্মান হ'ব লগা এটা পথৰ আধাৰশিলা স্থাপন কৰে । অসম চৰকাৰৰ পঞ্চম বিত্তীয় আয়োগৰ অধীনত অসম চৰকাৰে এই পথটো অনুমোদন কৰিছিল ।