নলবাৰীত বানৰ তাণ্ডৱ - Flood in Nalbari
🎬 Watch Now: Feature Video

কৰ'ণা সন্ত্ৰাসৰ মাজতে নলবাৰীত বানৰ তাণ্ডৱ । বুঢ়াদিয়া নৈয়ে মাথাউৰি চিঙি প্লাৱিত কৰিছে পশ্চিম নলবাৰীৰ বিভিন্ন অঞ্চল ৷ ইতিমধ্যেই জলমগ্ন হৈ পৰিছে পশ্চিম নলবাৰীৰ গাঁও ৷ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷