thumbnail

By

Published : Oct 13, 2021, 2:25 PM IST

ETV Bharat / Videos

ঐতিহ্যমণ্ডিত কামেশ্বৰী আইৰ থানত মহাষ্টমী পূজা

ধেমাজি নগৰত দুৰ্গা পূজাক লৈ উখল-মাখল পৰিৱেশ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলতো আনন্দময় পৰিৱেশে বিৰাজ কৰিছে ৷ ধেমাজিৰ গ্ৰামাঞ্চলৰ বঙালমাৰী মিচিং গাঁৱস্থিত ঐতিহাসিক কামেশ্বৰী আই থানত মহাষ্টমী পূজাৰ উপলক্ষে বুধবাৰে বৃদ্ধি পাইছে ভক্তৰ ভিৰ ৷ এই থানত হাঁহ, পাৰ, কুকুৰা, ছাগলী বলি দি দেৱী দুৰ্গাৰ আশীষ গ্ৰহণ কৰিবলৈ ধেমাজিৰ বিভিন্ন প্ৰান্তত সমবেত হৈছে ৷ পুৱাৰে পৰা কামেশ্বৰী আই থানত অব্যাহত আছে বলি-বিধান ৷ সাধাৰণতে পূজাৰ মণ্ডপত ঢাক বজোৱাৰ বিপৰীতে এই থানত বজোৱা হয় ঢোল-দগৰ-বৰতাল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.