প্ৰদূষণমুক্ত হ'ব মহানগৰীৰ পক্ষী অভয়াৰণ্য - পৰ বিলৰ সমীপত থকা বৰাগাঁৱৰ ডাম্পিং গ্ৰুণ্ড অন্য স্থানলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকাৰীৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 14, 2019, 4:26 PM IST

Updated : Sep 14, 2019, 5:24 PM IST

প্ৰদূষণমুক্ত হ'ব অসমৰ একমাত্ৰ ৰামচৰ অঞ্চল হিচাপে খ্যাত গুৱাহাটীস্থিত পক্ষী অভয়াৰণ্য দ্বীপৰ বিল। দ্বীপৰ বিলৰ সমীপত থকা বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডে দ্বীপৰ বিলৰ পানী প্ৰদূষিত কৰি তোলাত প্ৰায়ে দ্বীপৰ বিলৰ জৈৱ বৈচিত্ৰ ক্ৰমাৎ নিঃশেষ হ'বলৈ ধৰিছে। দ্বীপৰ বিলক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ এইবাৰ আগুৱাই আহিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ । দ্বীপৰ বিলক প্ৰদূষণমুক্ত কৰিবলৈ দ্বীপৰ বিলৰ সমীপত থকা বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড অন্য স্থানলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ। এই নিৰ্দেশনা ক্ৰমে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড চন্দ্ৰপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷
Last Updated : Sep 14, 2019, 5:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.