thumbnail

By

Published : Feb 4, 2022, 3:52 PM IST

ETV Bharat / Videos

ডুমডুমাৰ দিচাং সত্ৰৰ আশিস ল’লে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ডুমডুমাৰ দিয়ামুলীত উপস্থিত হয় (CM Himanta Biswa Sarma at Doom Dooma) ৷ দিয়ামুলীস্তিত শ্ৰীশ্ৰী দিচাং সত্ৰৰ আশিস লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সত্ৰত প্ৰায় এঘন্টাৰ সময় অতিবাহিত কৰি সত্ৰাধিকাৰৰ বাসগৃহত আহাৰ গ্ৰহণ কৰে ৷ ইয়াৰ পূৰ্বে সাংবাদিকৰ প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে শ্বেৰমান আলিয়ে যি কলেও সত্ৰৰ ভূমি বেদখল মুক্ত কৰা হ’বই বুলি কোৱাৰ লগতে পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰীসকলক আন্দোলনৰ পথ লোৱাৰ পৰিৱৰ্তে আলোচনামৰ্মে সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিবলৈ আহ্বান জনায় ৷ আনহাতে বিদ্যালয়সমূহ 15 ফেব্ৰুৱাৰীৰ পৰা খোলাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে( Assam schools to reopen from February 15) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.