thumbnail

By

Published : Nov 3, 2019, 6:24 PM IST

ETV Bharat / Videos

দেওবাৰে অন্ত পৰিল ষট্ পূজা

দেওবাৰে অন্ত পৰিল শনিবাৰৰ পৰা আৰম্ভ হোৱা হিন্দু ধৰ্মালম্বী লোক সকলৰ ষট্ পূজা ৷ সমগ্ৰ দেশৰ লগতে অসমৰ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত উখল-মাখলকৈ পালন কৰা হয় এই পূজা ৷ পুৱা 3 বজাত সূৰ্য উদয় হোৱা লগে-লগেই সামৰণি পৰে ষট্ পূজাৰ ৷ বিশেষকৈ এই পূজা দেওবাৰে সূৰ্য উদয়ৰ আগে আগে নৈ-উপনৈৰ পাৰত আৰু নৈৰ পানী মাজত প্ৰসাদ আগবঢ়াই ভক্ত সকলে । ইফালে কুহিয়া কল পুলি ৰূপন কৰা লগতে মূৰ্তি নিৰ্মাণ কৰি উদযাপন কৰা হয় ষট্ পূজা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.