ETV Bharat / technology

আকৰ্ষণীয় প্লেন: 3 মাহলৈ বিনামূলীয়াকৈ লাভ কৰক জিঅ' হটষ্টাৰৰ ছাবস্ক্ৰিপচন ! - JIO HOTSTAR SUBSCRIPTION

ভোডাফোন আইডিয়া আৰু জিঅ'ৰ একাংশ প্লেনত ব্যৱহাৰকাৰীয়ে নতুনকৈ মুকলি হোৱা জিঅ' হটষ্টাৰৰ বিনামূলীয়া চাবস্ক্ৰিপচন লাভ কৰিব ।

jio-hotstar-subscription-a-look-at-jio-and-vi-plans-that-offer-free-access-to-premium-ott-platform
আকৰ্ষণীয় প্লেন: 3 মাহলৈ লাভ কৰক বিনামূলীয়া জিঅ' হটষ্টাৰৰ ছাবস্ক্ৰিপচন ! (JioHotstar)
author img

By ETV Bharat Tech Team

Published : Feb 26, 2025, 4:13 PM IST

হায়দৰাবাদ: শেহতীয়াকৈ ডিজনী+ হটষ্টাৰ আৰু জিঅ’চিনেমা একলগ হৈ মুকলি কৰিছে নতুন অ’টিটি প্লেটফৰ্ম ‘জিঅ’হটষ্টাৰ’ । জিঅ’ আৰু ভোডাফোন আইডিয়াই ইতিমধ্যে তেওঁলোকৰ প্লেন মুকলি কৰিছে যিয়ে গ্ৰাহকক বিনামূলীয়া জিঅ’হটষ্টাৰ চাবস্ক্ৰিপচন প্ৰদান কৰে । যদি আপুনি এনে মোবাইল প্লেনৰ প্ৰতি আগ্ৰহী যিয়ে আপোনাক নতুন ষ্ট্ৰীমিং প্লেটফৰ্মত বিনামূলীয়াকৈ কন্টেন্ট চাবলৈ দিয়ে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ---

ৰিলায়েন্স জিঅ’হটষ্টাৰৰ প্লেন

এই সময়ত জিঅ’ৰ মাত্ৰ দুটা প্লেন আছে য’ত নতুন প্লেটফৰ্মত কন্টেন্ট চাব পাৰিব ।

মূল্যজিঅ’হটষ্টাৰসময়অন্যান্য সেৱা
195 টকাআছে3 মাহ15 GB ডাটা (4G/5G)
949 টকাআছে84 দিন2GB(4G), আনলিমিটেড ভইচ কল, প্ৰতিদিনে 100 এছএমএছ আৰু আনলিমিটেড 5G ডাটা

জিঅ’ৰ আটাইতকৈ সস্তা প্লেন হৈছে নতুনকৈ মুকলি কৰা 195 টকীয়া ক্ৰিকেট ডাটা পেক, যিয়ে তিনি মাহৰ বাবে বিনামূলীয়াকৈ জিঅ’হটষ্টাৰ ছাবস্ক্ৰিপচন প্ৰদান কৰে । ডাটা অনলি এড-অন প্লেনত 15GB 4G/5G ডাটা আছে আৰু ই আপোনাক বিজ্ঞাপন সমৰ্থিত জিঅ’হটষ্টাৰ মোবাইল প্লেনৰ বিনামূলীয়া প্ৰৱেশ প্ৰদান কৰে, যিয়ে ব্যৱহাৰকাৰীক এটা সময়ত এটা ডিভাইচত HD ৰিজ’লিউচনত কন্টেন্ট ষ্ট্ৰীম কৰিবলৈ দিয়ে ।

ইয়াৰ পিছত 949 টকীয়া প্লেন, যিটো যোৱা সপ্তাহত মুকলি কৰা হৈছে । এই প্ৰিপেইড প্লেনৰ বৈধতা 84 দিনৰ আৰু ইয়াত 2জিবি 4জি ডাটা, আনলিমিটেড ভইচ কল, প্ৰতিদিনে 100 এছএমএছ আৰু আনলিমিটেড 5G ডাটা আছে । যদি আপুনি ইতিমধ্যে আনলিমিটেড ভইচ কল আৰু দৈনিক ডাটা প্ৰদান কৰা জিঅ’ প্লেনত চাবস্ক্ৰাইব কৰিছে তেন্তে 195 টকাৰ প্লেন অধিক উপযুক্ত হ’ব ।

ভোডাফোন আইডিয়া জিঅ’হটষ্টাৰৰ প্লেন

মূল্যজিঅ’হটষ্টাৰসময়অন্যান্য সেৱা
151 টকাআছে3 মাহ4 জিবি (30 দিন)
469 টকাআছে3 মাহদৈনিক আনলিমিটেড ভইচ কল আৰু 100 টা এছএমএছ, আনলিমিটেড ডাটা (দিনৰ 12 বজাৰ পৰা নিশা 12 বজা), 2.5 জিবি মোবাইল ডাটা (28 দিন)
994 টকাআছে3 মাহআনলিমিটেড ভইচ কল, আনলিমিটেড মোবাইল ডাটা (দিনৰ 12 বজাৰ পৰা নিশা 12 বজালৈ), দৈনিক 100 এছএমএছ আৰু 2জিবি ডাটা, (84 দিন)
3699 টকাআছে365 দিনআনলিমিটেড ভইচ কল, প্ৰতিদিনে 100 এছএমএছ আৰু 2 GB মোবাইল ডাটা

ভোডাফোন আইডিয়াই কিছুমান সঁচাকৈয়ে লাভজনক প্ৰিপেইড প্লেনও আগবঢ়ায় যিয়ে বিনামূলীয়া জিঅ’হটষ্টাৰৰ মেম্বাৰশ্বিপ প্ৰদান কৰে । যদি আপোনাৰ ইতিমধ্যে সক্ৰিয় বেচ প্লেন আছে, তেন্তে 4জিবি আৰু 30 দিনৰ বৈধতাৰ সৈতে অহা 151 টকীয়া এড-অন প্লেন ৰিচাৰ্জ কৰিব পাৰে । আপুনি আন কোনো সেৱাৰ বৈধতা নাপাব যদিও, ইয়াৰ সৈতে 3 মাহৰ JioHotstar চাবস্ক্ৰিপচন উপলব্ধ কৰোৱা হৈছে ৷

যদি আপুনি সাধাৰণ প্ৰিপেইড প্লেন বিচাৰিছে, তেন্তে 469 টকীয়া প্লেনে আপোনাৰ প্ৰয়োজন পূৰণ কৰিব পাৰে । 28 দিনৰ বৈধতাৰ সৈতে এই প্লেনটোৱে প্ৰতিদিনে আনলিমিটেড ভইচ কল আৰু 100 টা এছএমএছৰ সুবিধা প্ৰদান কৰে আৰু আপুনি দিনৰ 12 বজাৰ পৰা নিশা 12 বজালৈ আনলিমিটেড ডাটাৰ সমান্তৰালভাৱে 2.5 জিবি মোবাইল ডাটাও পাব । পূৰ্বে উল্লেখ কৰা এড-অন প্লেনৰ দৰেই আপুনিও 3 মাহৰ বিনামূলীয়া JioHotstar সদস্যপদ পাব ।

3 মাহৰ বাবে বিনামূলীয়া JioHotstar প্লেন বিচাৰিছে যদি 994 টকাৰ প্লেন হয়তো আপোনাৰ ভাল লাগিব । ইয়াৰ বৈধতা 84 দিনৰ ৷ লগতে আনলিমিটেড ভইচ কল, প্ৰতিদিনে 100 এছএমএছ, প্ৰতিদিনে 2জিবি ডাটা আৰু আনলিমিটেড মোবাইল ডাটা দিনৰ 12 বজাৰ পৰা নিশা 12 বজালৈ উপলব্ধ ।

বিনামূলীয়া JioHotstar প্ৰদান কৰা Vodafone Idea ৰ আটাইতকৈ দামী প্ৰিপেইড প্লেনটোৰ মূল্য 3699 টকা ৷ কিন্তু আনলিমিটেড ভইচ কল আৰু প্ৰতিদিনে 100 এছএমএছৰ দৰে সুবিধাৰ লগতে প্ৰতিদিনে 2 GB মোবাইল ডাটা আৰু এবছৰীয়া জিঅ’হটষ্টাৰৰ মেম্বাৰশ্বিপ উপলব্ধ ৷

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.