বিজেপিৰ বিজয়ক লৈ কি মন্তব্য কৰিলে সাংসদ তপন গগৈ-কামাখ্যা তাছাই ? - by election
🎬 Watch Now: Feature Video

মঙলবাৰে ঘোষণা হোৱা অসম বিধান সভাৰ উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলে আটাইকেইখন আসনতে বৃহৎ বিজয় লাভ কৰে ৷ স্বাভাৱিকতেই ইয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে মিশ্ৰতি প্ৰতিক্ৰিয়াৰ ৷ জানো আহক এই সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা আৰু সাংসদ তপন গগৈয়ে কি মন্তব্য কৰিলে ৷