থাওৰাৰ ভোটগণনাক কেন্দ্ৰ কৰি বিজেপি নেতাৰ প্ৰতিক্ৰিয়া - counting votes at thowra
🎬 Watch Now: Feature Video

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা উপ নিৰ্বাচন(Bypolls)ৰ ভোট গণনাত বিজেপি(BJP) দলৰ ব্যাপক অগ্ৰগতি । এই সন্দৰ্ভত সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা, মন্ত্ৰী যোগেন মহনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ শুনক কি কয় তেওঁলোকৰ মুখেৰে...