ভাৰত-বাংলাদেশ সীমান্তত কোনে কাটে কাঁটা তাঁৰ... - কৰিমগঞ্জ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 29, 2019, 3:19 PM IST

মাত্ৰ দুজন বি এছ এফ জোৱানেৰে চলিছে ভাৰত-বাংলা সীমান্তৰ পৰা 1 কিলোমিটাৰ নিলগৰ কৰিমগঞ্জৰ চম্পাবাৰী সীমান্ত পহৰা চকী ৷ ই টি ভি ভাৰতৰ সাংবাদিকৰ ষ্ট্ৰিং অপাৰেচনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷ সীমান্ত সুৰক্ষাৰ এই দুৰ্বল স্থিতিৰ সুযোগ লৈ প্ৰতি নিশাই ভাৰতত প্ৰৱেশ কৰিছে বাংলাদেশৰ গৰু চোৰ ৷ আনকি এই সমূহ পথেৰেই অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী অবাধে অসমত প্ৰৱেশ কৰাত সহায় হৈছে ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.