পৰ্যটন বিভাগে লোকচানৰ খতিয়ান দিলে মুখ্যমন্ত্ৰী সোণোৱালক - Assam tourism loss in this year during lock down etv bharat assam
🎬 Watch Now: Feature Video
প্ৰথমে "কা" বিৰোধী প্ৰতিবাদ তাৰ পাছতে লক্ ডাউন .. একেৰাহে অহা দুটাকৈ প্ৰচণ্ড ধুমুহাই বিধ্বস্ত কৰিলে ৰাজ্যৰ অৰ্থনীতিক ৷ প্ৰায় বিধ্বস্ত ৰাজ্যৰ পৰ্যটন বিভাগৰ ৷ তথ্য অনুসৰি, চলিত বৰ্ষৰ ১৭ মাৰ্চলৈ পৰ্যটন বিভাগৰ আয় হৈছে ৩২ লাখ টকা ৷ ইয়াৰ বিপৰীতে ৭০ লাখ টকা লোকচান কাজিৰঙাৰ জীপ চাফাৰী উদ্যোগৰ ৷ ৰাজ্যৰ পৰ্যটন বিভাগৰ লোকচানৰ তথ্য সম্বলিত প্ৰতিবেদন মুখ্যমন্ত্ৰীক দিলে বিভাগীয় কতৃপক্ষই... সবিশেষ চাওঁক এই প্ৰতিবেদনত....
Last Updated : May 1, 2020, 12:28 PM IST