আপুনি বাৰু গৈছেনে লাংহেৰাং টগবী আৰঙলৈ... - a greenery beautiful Karbi village
🎬 Watch Now: Feature Video

কাৰ্বি আংলং জিলাৰ কাৰ্বি পাহাৰৰ মাজত থকা এখন সেউজ সুন্দৰ গাঁও ৷ যাৰ প্ৰাকৃতিক পৰিৱেশে হাত বাউল দি মাতে প্ৰতিজন প্ৰকৃতিপ্ৰেমীক ৷ চাৰিওফালে কেৱল সেউজীয়াৰ আচ্ছাদন ৷ মাজে মাজে আছে চাং ঘৰ ৷ এই চাং ঘৰেও দিছে অঞ্চলটোক অন্য এক মাত্ৰা ৷ ক’ত আছে এই বিশেষ গাঁওখন ? চাওক আমাৰ এই প্ৰতিবেদন...