আই পি এলৰ পইণ্টছ টেবুল - ৰাজস্থান ৰয়েলছ
🎬 Watch Now: Feature Video

মঙলবাৰে আই পি এলৰ দ্বাদশ সংস্কৰণত মুখামুখি হ’ব কিংছ ইলেভেন পাঞ্জাৱ আৰু ৰাজস্থান ৰয়েলছ ৷ সন্ধিয়া 8 বজাত মোহালীত অনুষ্ঠিত হ’ব এই মেচখন ৷ আই পি এলৰ এইটো হ’ব 32সংখ্যক মেচ ৷ বৰ্তমান লৈকে আই পি এলৰ পইণ্টছ টেবুল হৈছে এনেধৰণৰ...