অজয় দেৱগন আৰু অক্ষয় কুমাৰৰ প্ৰশংসকলৈ বিশেষ অনুৰোধ দুই তাৰকাৰ - অজয় দেৱগন আৰু অক্ষয় কুমাৰৰ মাজত বন্ধুত্ব
🎬 Watch Now: Feature Video

অজয় দেৱগন আৰু অক্ষয় কুমাৰ প্ৰশংসকক নিজৰ মাজত কাজিয়া নকৰিবলৈ অনুৰোধ দুই চুপাৰষ্টাৰৰ ৷ সূৰ্যবংশী ছবিৰ এক প্ৰচাৰ অনুষ্ঠানত তেওঁলোক দুয়োৰে মাজত থকা ভাল বন্ধুত্বৰ কথা ব্যক্ত কৰে এইদৰে....