Congress leaders joins BJP at Titabor: কংগ্ৰেছ এৰি বিজেপিলৈ ঢাপলি তিতাবৰৰ কংগ্ৰেছ নেতাৰ

By

Published : Aug 5, 2022, 9:56 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail
তিতাবৰত কংগ্ৰেছৰ গৰাখহনীয়া । তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ কথা নুশুনে তিতাবৰ কংগ্ৰেছৰ কৰ্মীয়ে । আজি তিতাবৰৰ বহুকেইখন পঞ্চায়তৰ সভানেত্ৰীৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ নেতাই বিজেপিত যোগদান কৰে (Congress leader joins BJP at Titabor)। কংগ্ৰেছ এৰি বিজেপিলৈ নেতাই ঢাপলি মৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই(Titabor MLA Bhaskar Jyoti Baruah) কয়, ‘‘ উজ্জল ভৱিষ্যৰ কথা ভাবি তেওলোক সোঁতৰ পক্ষত যাবলৈ বিচাৰিছে, যাওক ৷ কিন্তু মই মানা কৰিছিলোঁ, নামানিলে ৷’’
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.