thumbnail

By

Published : Jun 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Teer Agent Arrested : কলিয়াবৰত তীৰ খেলৰ এজেণ্ট গ্ৰেপ্তাৰ

কলিয়াবৰ, 3 জুন: কলিয়াবৰত তীৰ খেলৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে (Raid against gambling) ৷ শনিবাৰে কলিয়াবৰৰ নলতলিৰ হাতীখোৱাৰ পৰা এটা তীৰ খেলৰ এজেণ্টক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ চুলুং আৰক্ষীৰ এক অভিযানত গ্ৰেপ্তাৰ কৰা হয় তীৰখেলৰ এজেণ্টটোক (one gambler arrested )৷  

ধৃত এজেণ্টটোৰ নাম মনতাজ আলী বুলি জানিব পৰা গৈছে (Teer agent arrested at Kaliabor)৷ তীৰ খেলৰ এজেণ্টটোৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন আৰু তীৰ খেলৰ কেইবাখনো বহী জব্দ কৰে (Assam police raid against gambling) ৷ সম্প্ৰতি ধৃত মনতাজক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ 

লগতে পঢ়ক: Tense situation for patient death: মৃতকৰ পৰিয়ালক গুৰুলা-গুৰুলকৈ প্ৰহাৰ নাৰ্ছিং হোমৰ নিৰাপত্তাৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.