thumbnail

By

Published : Oct 26, 2022, 2:15 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Bad road condition: জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে অভয়াপুৰীৰ ৰাইজক

বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভাণ্ডাৰা, ৬নং জামদহা ৰাস্তাৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে আঞ্চলবাসীক(Pathetic road condition in Abhayapuri) । এজাক বৰষুণতে একাঠু বোকাময় হৈ পৰে জামদহাৰ প্ৰতিটো পথ(Communication devastated in Abhayapuri) । পথচোৱাৰে প্ৰতিদিনাই যাতায়ত কৰে, কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে । দুচকীয়া, চাৰিচকীয়া বাদেই খোজকাঢ়িও যাব নোৱাৰা অৱস্থা হৈছে পথটোৰে । স্বাধীনতাৰ পাছৰে পৰাই এই যন্ত্ৰণা ভোগ কৰিব লগা হৈছে ভাণ্ডাৰা, জামদহাৰ আঞ্চলৰ ৰাইজে । স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক অনতি পলমে ৰাস্তাটো মেৰামতি কৰি দিয়াৰ আহ্বান জনাই স্থানীয় ৰাইজে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.