thumbnail

By

Published : Oct 25, 2022, 8:58 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Dog Tihar festival video: নেপালত কুকুৰ উৎসৱ পালন

নেপালত পালন কৰা হয় কুকুৰ উৎসৱ ৷ যাক ‘‘নেপালৰ কুকুৰ তিহাৰ’’ (Kukur Tihar of Nepal) বুলি কোৱা হয় । মানুহৰ সৰ্বশ্ৰেষ্ঠ বন্ধু হিচাবে খ্যাত কুকুৰক নেপালত যম দেৱতাৰ বাৰ্তাবাহক বুলি গণ্য কৰা হয় (Nepal celebrates Kukur Tihar Day of the Dog) । সেয়ে এই বিশেষ দিনটোত মানুহে উপাসনা কৰে কুকুৰক । কুকুৰ তিহাৰৰ সময়ত নেপালৰ মানুহে কেৱল পোহনীয়া কুকুৰৰ বাবেই নহয়, পথৰ কুকুৰকো আৰতি কৰে । আনহাতে, নেপাল আৰক্ষীয়েও পালন কৰে এই কুকুৰ উৎসৱটি (Himalayan Nation celebrated the Day of Dog)৷ নেপাল আৰক্ষীৰ কেনাইন বিভাগে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰবোৰক তেওঁলোকৰ সেৱা আৰু অৱদানৰ বাবে সন্মান জনাই বছৰি অনুষ্ঠানটো আয়োজন কৰি আহিছে (Nepal police honored its service dogs) । এই উৎসৱতে বিভিন্ন ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ কৰ্ম প্ৰদৰ্শন কৰা কুকুৰবোৰকো ‘‘Dog of the Year’’ পদক প্ৰদান কৰা হয় ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.