Piyush Hazarika at Rehab center: নিচা মুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীক অন কেমেৰা ধমক মন্ত্ৰী পীযুষ হাজৰিকাৰ

By

Published : Jan 9, 2023, 10:12 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

নগাঁৱৰ নিচা মুক্তি কেন্দ্ৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ চাডেন ভিজিত (Piyush Hazarika sudden visit to REHAB) ৷ অন কেমেৰা নিচা মুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীক ধমক মন্ত্ৰীগৰাকীৰ ৷ নগাঁৱৰ পানী গাঁও চাৰি আলিৰ নিচা মুক্তি কেন্দ্ৰৰ অৱস্থা দেখি খঙত অগ্নি শৰ্মা হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকা(Minister Piyush Hazarika) ৷ নিচা মুক্তি কেন্দ্ৰটোত (Rehabilitation center in Nagaon) অস্বাস্থ্যকৰ পৰিৱেশত ৰান্ধনীশাল থকাৰ লগতে 35 গৰাকী যুৱকৰ বিপৰীতে আছে মাত্ৰ 15 খন বিচনা ৷ ইয়াৰ পিছতেই স্বত্বাধিকাৰীক ধমক দিলে মন্ত্ৰীগৰাকীয়ে ৷ 15 দিনৰ ভিতৰত কেন্দ্ৰটো উপযোগী নকৰিলে বন্ধ কৰি দিয়া হ’ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ লগতে, সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিব বুলিও মন্তব্য কৰে ৷ পাকিস্তানৰ কাৰাগৰত বন্দী হৈ থকা ৱাহিদা বেগম (Nagaon Wahida Begum) সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.