Bandhan bank loan: বন্ধন বেংকৰ ঋণ লৈ স্বাৱলম্বী হৈ উঠিছে ডিব্ৰুগড়ত বহুজন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 22, 2022, 1:16 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

বন্ধন বেংক এতিয়াও বহুজনৰ বাবে সাহস । ডিব্ৰুগড়ত বন্ধনৰ ঋণ লৈ স্বাৱলম্বী হৈ উঠিছে বহুজন । বন্ধনৰ ঋণ লৈ মনি দাস হাজৰিকাই পূজা হাস্পতালৰ কেন্টিনখন চলাই সুন্দৰ কৈ পোহ-পাল দিছে ৬ জনীয়া পৰিয়ালটো । ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত একেলগে চাহ আৰু গেলামালৰ দোকান দি স্বাৱলম্বী হৈ উঠিছে জুমি গগৈ কলিতা ৷ ডিব্ৰুগড়ৰ মিলন নগৰত দাস ড্ৰেচেচ নামৰ কাপোৰ দোকানৰ জড়িয়তে সফল হৈছে দিলীপ দাস ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.