thumbnail

KMSS Leader Arrested : বন্ধু পত্নীক ধৰ্ষণৰ অভিযোগত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ

By

Published : Dec 7, 2022, 12:48 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ধেমাজিত KMSS-ৰ জিলা সমিতিৰ যুটীয়া সম্পাদকক গ্ৰেপ্তাৰ (KMSS joint secretary arrested in Dhemaji) ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ যুটীয়া সম্পাদক দুৰ্গা বড়াক গ্ৰেপ্তাৰ । বন্ধু পত্নীক ধৰ্ষণৰ অভিযোগত গোগামুখ আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰে দুৰ্গা বড়াক (rap allegation against KMSS leader) । গোগামুখ থানাৰ গোচৰ নং 122/22-ৰ ভিত্তিত ধাৰা 342 আৰু 376 ভাৰতীয় দণ্ডবিধিৰ অধীনত (IPC) লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পলাতক হৈ থকা দুৰ্গা বড়াক । উল্লেখ্য, 29 নৱেম্বৰত সংঘটিত হৈছিল উক্ত ধৰ্ষণৰ ঘটনাটো ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.