thumbnail

By

Published : Oct 5, 2022, 3:28 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

ETV Bharat / Videos

প্ৰতিমা বিসৰ্জনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন, পৌৰসভা

প্ৰতিমা বিসৰ্জনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন, নগাঁও পৌৰসভা (Nagaon municipal board)। কলঙৰ বাকৰি, নগাঁৱৰ নেহেৰুৱালীৰ বিসৰ্জন ঘাটত প্ৰতিমা বিসৰ্জনৰ বাবে প্ৰায় সম্পূৰ্ণ হৈছে প্ৰস্তুতি । বিয়লি ৩ বজাৰ পৰা নেহেৰুৱালী বিসৰ্জন ঘাটত আৰম্ভ হ'ব প্ৰতিমা বিসৰ্জন (Immersion of Goddess Durga in Nagaon)। নিশালৈকে বিসৰ্জন চলিব নেহেৰুৱালী বিসৰ্জন ঘাটত । কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসনেও । নগাঁৱৰ নেহেৰুৱালী বিসৰ্জন ঘাটৰ পৰা বিসৰ্জনৰ প্ৰস্তুতিক লৈ সাংবাদিক ৰকিবুল ওৱাহিদৰ বিশেষ প্ৰতিবেদন...
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.