thumbnail

By

Published : Dec 19, 2022, 6:18 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Erosion in Barpeta: চাউলখোৱা নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে বৰপেটা চহৰলৈ

বৰপেটা চহৰৰ মাজমজিয়াৰে বৈ যোৱা চাউলখোৱা নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে চহৰখনলৈ(Chawalkhowa River Erosion in Barpeta) ৷ চহৰখনৰ ভি আই পি ৰোডৰ দলং, ডি আৰ ডি এৰ কেম্পাছ, আৰক্ষীৰ আৱাসগৃহ, ৰাজহুৱা শ্মশানকে আদি কৰি চহৰখনৰ বালাপাৰা অঞ্চলটোত খহনীয়াই সৃষ্টি কৰিছে তীব্ৰ ভাবুকি(River People are worried about erosion) ৷ চহৰখনত চলি থকা চাউলখোৱা নৈৰ খহনীয়া বন্ধৰ বাবে চাউলখোৱাৰ মাটিৰ মহলটো বন্ধ কৰিবলৈ স্থানীয় লোকে দাবী জনাইছে ৷ চাউলখোৱা মাটি মহলৰ নামত নৈখনত পাম্পেৰে মাটিকে ধৰি নৈৰ পলস কাটি থকাৰ ফলত চহৰখনৰ প্ৰতি খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.