APCC Spokeperson on Silsako eviction : শিলসাঁকোৰ উচ্ছেদিতৰ অৰ্ধনগ্ন প্ৰতিবাদ; চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ - অসম প্ৰদেশ কংগ্ৰেছ
🎬 Watch Now: Feature Video
Published : Sep 1, 2023, 3:42 PM IST
তিনিচুকীয়া, 1 ছেপ্টেম্বৰ : শুকুৰবাৰে শিলসাঁকোৰ ৰাইজে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে একাংশ মহিলা প্ৰতিবাদকাৰীয়ে অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই বিষয়ক লৈ শাসকীয় চৰকাৰৰ বিৰুদ্ধে তিনিচুকীয়াত সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ ৷
অসম প্ৰদেশ কংগ্ৰেছৰ হৈ মুখপাত্ৰ ৰমেন বৰঠাকুৰে কয় যে, দৰদী চৰকাৰৰ জনপ্ৰিয় মন্ত্ৰী পীযুষ হাজৰীকাই কাপোৰ খোলাৰ কথা কথা কৈছিল আৰু আজি কাপোৰ খুলি দিলে ৷ শাসকীয় চৰকাৰখনে কাপোৰ খুলিবলৈ বাধ্য কৰিলে সাধাৰণ জনতাক ৷ ইয়াৰ পূৰ্বে এনে প্ৰতিবাদ সম্ভৱত অসমত হোৱা নাই ৷ কিন্তু এতিয়া জনপ্ৰিয় চৰকাৰখনৰ কাৰণে এইখন অসমৰেই শিলসাঁকোত এনে এক প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ’ল আমাৰেই বাই-ভনীসকলে বুলি মন্তব্য কৰে মুখপাত্ৰজনে ৷
লগতে পঢ়ক : Lurinjyoti Gogoi on Silsako eviction; গাৰ কাপোৰ খুলি খিলঞ্জীয়া মহিলাৰ প্ৰতিবাদ; ক্ষোভ প্ৰকাশ লুৰীণজ্যোতিৰ