Sentenced to life imprisonment: চিৰাঙৰ বিজনীত দুই হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড
🎬 Watch Now: Feature Video
চিৰাঙৰ বিজনীত দুই হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড । বিজনী জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ ইউছুফ আজাদৰ আদালতে এই যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে । বিজনী থানাৰ গোচৰ ২৯৯/২১ মতে গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাৰী লাল ভানু আৰু খন্দকাৰ ছফিউৰ ৰহমানকভাৰতীয় দণ্ডবিধি আইনৰ 302 আৰু 120 ধাৰামতে যাৱজ্জীৱন কাৰদণ্ডৰ লগতে 20 হাজাৰ টকাকৈ জৰিমনা বিহা হয় । এই হত্যাকাণ্ডৰ আন এজন ভাৰাতীয়া হত্যাকাৰী ইতিমধ্যে আৰক্ষীৰ গুলীত নিহত হৈছে ।
Last Updated : Feb 3, 2023, 8:24 PM IST