এবছৰীয়া হ'ল ছান ডিয়েগো চিৰিয়াখানাৰ অমিঅ' - বৰফ, ফুল আৰু ইউকেলিপ্টাচেৰে প্ৰস্তুত কৰা কেক উপহাৰ অমিঅ'ক
🎬 Watch Now: Feature Video

ছান ডিয়েগো চিৰিয়াখানাত প্ৰথমটো জন্মদিন পালন কৰিলে অমিঅ' নামৰ অকলশৰীয়া কোয়ালাটোৱে ৷ বুধবাৰে এবছৰত ভৰি দিয়ে অমিঅ'ই ৷ জন্মদিন উপলক্ষ্যে অমিঅ'ক চিৰিয়াখানা কৰ্তৃপক্ষই বৰফ,ফুল আৰু ইউকেলিপ্টাচেৰে এটা কেক প্ৰস্তুত কৰি উপহাৰস্বৰূপে দিয়ে ৷