thumbnail

By

Published : Jun 23, 2020, 12:29 PM IST

ETV Bharat / Videos

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য !

কৰ’ণা মহামাৰীৰ ত্ৰাস ক্ৰমাৎ ভয়ংকৰভাৱে বৃদ্ধি হৈছে বিশ্বত ৷ বৰ্তমানলৈকে বিশ্বত 9,188,363 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 474,339 গৰাকীয়ে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 2,388,153 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 122,610 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ ভাৰতত একেদৰে 440,215 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 14,011 গৰাকীলৈ ৷ বিশ্বৰ দেশ সমূহৰ COVID-19 ৰ খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.