Holi celebration: সতোৰঙী আবিৰৰ ৰঙেৰে উদ্ভাষিত নগাঁৱৰ পুৰণিগুদাম - Holi celebration in Puranigudam
🎬 Watch Now: Feature Video
সতোৰঙী আবিৰৰ ৰঙেৰে উদ্ভাষিত সমগ্ৰ দেশ, সমগ্ৰ ৰাজ্য । ৰাজ্যৰ সকলো প্ৰান্ততে ক'ভিড পৰিস্থিতি নিৰ্মূল হোৱাৰ পিছত এইবেলি পৰম্পৰাগত ফাকুৱা উৎসৱটি ৰাইজে অতি উল্লাসেৰে পালন কৰিছে (Holi in Assam) ৷ ব্যতিক্ৰম হোৱা নাই নগাঁও জিলাৰ পুৰণিগুদামো (Holi celebration in Puranigudam) । পুৰণিগুদামৰ ৰংদাইচুকৰ ৰাইজে এইবেলি বৰনামঘৰ ভাগৰ পৰা পুৱাই গোঁসাইক ফুৰাই সকলোৱে ফাকু খেলি পালন কৰিছে ফাল্গু উৎসৱ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ পুৰণিগুদামৰ ৰংদাই চুকতো ফাকুৱা উপলক্ষে পূৰ্বৰ দৰে এইবাৰো পৰম্পৰাগত হোলী গীতেৰে মুখৰিত হৈ পৰে আকাশ-বতাহ ।
Last Updated : Feb 3, 2023, 8:20 PM IST