জামুগুৰিহাটৰ বালিজুৰিত অগ্নিদগ্ধ হোৱা পিতা পুত্ৰৰ মৃত্যু - জামুগুৰিহাটৰ বালিজুৰিত অগ্নিদগ্ধ হোৱা পিতা পুত্ৰৰ মৃত্যু
🎬 Watch Now: Feature Video

জামুগুৰিহাটৰ নিকটৱৰ্ত্তী বালিজুৰিত সংঘটিত হোৱা অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন পিতা-পুত্ৰই অৱশেষত সাৱতি ললে মৃত্যুক(Father son dies of burn injuries) ৷ বিগত তিনি দিন ধৰি গুৱাহাটী চিকিংসা মহাবিদ্যালয়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে পিতৃ ইন্দ্ৰলাল শৰ্মা আৰু যাদৱ শৰ্মা নামৰ কিশোৰজনে ৷ উল্লেখ্য যে, শুকুৰবাৰে বিয়লি এটি চাকিৰ পৰা সূত্ৰপাত ঘটি ইন্দ্ৰলাল শৰ্মাৰ বাসগৃহত সংঘটিত হৈছিল বিধ্বংসী অগ্নিকাণ্ড(Devastating fire at Jamugurihat) ৷ এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হোৱা পুত্ৰ যাদৱ শৰ্মাক বচাবলৈ গৈ অগ্নিদগ্ধ হৈছিল পিতৃ ইন্দ্ৰলাল শৰ্মা ৷
Last Updated : Feb 3, 2023, 8:21 PM IST