নগাঁৱত প্ৰতিফলিত হৈছে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ - মৌৰ বাহ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 23, 2019, 10:19 AM IST

নগাঁও ধিং সংযোগী ৰাজপথৰ কাষতে থকা ওখ ওখ গছ গছৰ ডালত লমালমে ওলমি আছে প্ৰায় তিনি কুৰীৰো অধিক বৰ মৌ মাখিৰ বাহ । মৌৰ বাহসমূহে সুদীৰ্ঘ 10 বছৰ জুৰি এনেদৰে শুভাবৰ্ধন কৰি আহিছে নগাঁও ধিং সংযোগী ৰাজপথৰ। মৌ মাখিৰ মুক্ত বিচৰণস্থলী হিচাপে পৰিগণিত হোৱা ধিঙৰ এই গাঁওখন হৈ পৰিছে প্ৰকৃতিপ্ৰেমীৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.