পুনৰ কবিতা লৈ আহিছে ভূপেন বৰাই

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 2, 2022, 3:47 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

পুনৰ চৰ্চালৈ আহিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ কবিতা ৷ শেহতীয়া ৰাজ্যসভা নিৰ্বাচনত (Rajya Sabha election of Assam) কংগ্ৰেছৰ শোচনীয় পৰাজয় হোৱাৰ পিছত সংবাদমেল পাতি এইবাৰ স্ব-ৰচিত কবিতা আবৃত্তি কৰা দেখা গ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক (New poem by Bhupen Borah) ৷ শনিবাৰে দুপৰীয়া নিজ গৃহত উপস্থিত হৈ এখন সংবাদমেল আয়োজন কৰি ''ধোৱা তুলসীৰ পাত হৈ ৰ’ল, ক্ৰেতা-বিক্ৰেতা !! নিঃ পালি দিছে, জনতা !!’' বুলি কবিতাৰ পংক্তি আবৃত্তিৰ জৰিয়তে বিগত ৰাজ্যসভা নিৰ্বাচনৰ এক আলোকচিত্ৰ দাঙি ধৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.