গান্ধীজীক উপাসনা কৰা ওড়িশ্যাৰ মন্দিৰটো
🎬 Watch Now: Feature Video
গান্ধীজীক উপাসনা কৰা ওড়িশ্যাৰ এটা বিশেষ মন্দিৰ ৷ যিকোনো ব্যক্তিয়ে এই মন্দিৰৰ ঘণ্টাধ্বনি, পুৰোহিতৰ মন্ত্ৰধ্বনি অথবা দেৱতাৰ ওচৰত ভক্তই কৰা প্ৰাৰ্থনাৰ শব্দ শুনিবলৈ পায় ৷ কিন্তু এই মন্দিৰটোৰ এক বিশেষত্ব আছে, ইয়াত ভক্ত সকলে দেৱতাৰ পৰিৱৰ্তে গান্ধীজীক উপাসনা কৰে ৷ যিকোনো লোকে এই মন্দিৰ পৰিদৰ্শন কৰিব পাৰে ৷ এই মন্দিৰৰ পুৰোহিত গৰাকীও এগৰাকী অ-ব্ৰাহ্মণ ব্যক্তি ৷
Last Updated : Aug 27, 2019, 1:45 PM IST