thumbnail

পুৰীৰ তীৰত প্ৰভু জগন্নাথৰ 3D ৰথ প্ৰস্তুত বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ

By

Published : Jul 12, 2021, 1:03 PM IST

জনপ্ৰিয় বলুকা শিল্পী সুদৰ্শন পাটনায়কে পুৰীৰ সাগৰ তীৰত বালিৰে প্ৰস্তুত কৰি উলিয়ালে মহাপ্ৰভু জগন্নাথৰ 3D ৰ ৰথৰ ছবি ৷ পুৰীত সোমবাৰৰ পৰা আৰম্ভ হোৱা ৰথযাত্ৰা উপলক্ষে এই বলুকা শিল্পটি প্ৰস্তুত কৰি উলিয়াই সুদৰ্শন পাটনায়কে ৷ ক’ভিড 19 ৰ বাবে এইবেলিও ভক্তৰ উপস্থিতি অবিহনে অনুষ্ঠিত কৰা হৈছে ৰথ যাত্ৰা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.