Snowfall in Sela Pass : চেলাপাছৰ তুষাৰপাত আৰু মন্ত্ৰী কিৰণ ৰিজিজুৰ এটি বিশেষ ভিডিঅ’....

By

Published : Dec 28, 2021, 12:01 PM IST

thumbnail

এতিয়া শীতৰ সময় ৷ বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰচুৰ পৰিমাণে হৈছে তুষাৰপাত ৷ তুষাৰপাতৰো আছে সুকীয়া সৌন্দৰ্য ৷ তুষাৰপাত উপভোগ কৰিবলৈকো হয়তো আপুনি ঢাপলি মেলে কোনো পাহাৰীয়া অঞ্চললৈ ৷ পিছে এয়া কৰোতে অৱলম্বন কৰক কিছু সাৱধানতা ৷ শেহতীয়াকৈ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলতো প্ৰচুৰ পৰিমাণে তুষাৰপাত হোৱাৰ (Snowfall in Sela Pass) মনোমোহা দৃশ্য ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত ৷ ৰাজ্যখনলৈ তীব্ৰ প্ৰত্যাহ্বান স্বত্বেও আহিবলৈ আৰম্ভ কৰিছিল পৰ্যটক ৷ পৰ্যটকসকলক উদ্দেশ্যি কেন্দ্ৰীয় আইন মন্ত্ৰী তথা ৰাজ্যখনৰ সাংসদ কিৰেণ ৰিজিজুৱে মুকলি কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.