Fire in Guwahati : মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ অগ্নিকাণ্ড - মহানগৰীত অঘটন
🎬 Watch Now: Feature Video

মহানগৰীত অঘটন ৷ সোমবাৰে দিনৰ ভাগত মহানগৰীৰ বশিষ্ঠত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বশিষ্ঠৰ অমৃত নগৰ নেপালী বষ্টিত সংঘটিত হয় এই অগ্নিকাণ্ডটো (Fire breaks out in Guwahati) । এই অগ্নিকাণ্ড জাহ যায় বহুকেইটা ঘৰৰ লগতে লক্ষ্যাধিক টকাৰ সা-সম্পত্তি (Fire in Guwahati) । অৱশ্যে বৰ্তমনলৈকে এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই যদিও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST